This site might not be up to date. New documentation sites are being created: for developers and for users.

Main Page/as

From Joomla! Documentation

This page is a translated version of the page Main Page and the translation is 75% complete.
Outdated translations are marked like this.
Joomla!®
তথ্য-পত্ৰ

Joomla! ব্যৱহাৰকাৰী, বিকাশকৰ্তা বা Joomla!-ৰ বিষয়ে অধিক জনাৰ প্ৰতি আগ্ৰহী যিকোনো ব্যক্তিৰ বাবে এক অনলাইন সহযোগী সম্প্ৰদায় মেনুৱেল। বৰ্তমান আমাৰ Joomla! সম্প্ৰদায়ৰ সদস্যসকলৰ দ্বাৰা লিখিত, পৰিচালিত আৰু অনুবাদিত ৯,৭২৭টা প্ৰবন্ধ আছে।


General Information

Dear friends and users of Joomla! In year 2025 Joomla! is celebrating its 20th birthday. While our CMS has grown up and is younger and more active than ever, the documentation site based on MediaWiki is getting on in years and will be going into retirement before long. We are currently developing a new documentation site using Joomla! to demonstrate the power of our CMS.

Until the official release of the new documentation (scheduled for the beginning of 2026), some pages may not be up to date with the current release of Joomla.

New documentation is being created at:

In the meantime, the unofficial user guide Jdocmanual may help you as an alternative.


Your help with the update is very welcome and appreciated! Please report your suggestions or improvements on Mattermost. Or look at the respective new documentation sites, the manual and the sandbox-site, how you can help

সংস্কৰণসমূহ

Joomla! 5.4.0

হৈছে শেহতীয়া সংস্কৰণ!

Joomla! 4.4.14

is the last stable version of Joomla 4. Support will end on the 17th of October 2025

.
Joomla! 3.10.12

হৈছে ২০২৩ চনলৈকে সমৰ্থনসহ শেহতীয়া স্থিৰ মুখ্য সংস্কৰণ

.
সকলো Joomla! CMS সংস্কৰণৰ তথ্য
বিস্তাৰিত টেষ্ট ড্ৰাইভ লওক আৰু আপোনাৰ নিজা বিনামূলীয়া Joomla! ৱেবছাইট তৈয়াৰ কৰক
সদায়ে সমৰ্থিত সংস্কৰণ ব্যৱহাৰ কৰিব, আমাৰ ৰিলীজ আৰু সমৰ্থন চক্ৰ পৃষ্ঠাখন পঢ়ক।

প্ৰকল্পসমূহ

লাইচেঞ্চ

আন একো উল্লেখিত নাথাকিলে এই ৱিকিৰ সমল স্বত্বাধিকাৰ আইনৰ অধীন আৰু Joomla! বৈদ্যুতিক তথ্য-পত্ৰ লাইচেঞ্চ (JEDL)ৰ অধীনত উপলব্ধ কৰোৱা হয়। আপোনাৰ এই সামগ্ৰীৰ প্ৰস্তাৱিত ব্যৱহাৰৰ অনুমতি আছে নে নাই সেয়া নিৰ্ধাৰণ কৰাত আপুনি JEDLৰ সঘনাই সোধা প্ৰশ্নৱলী উপযোগী পাব পাৰে। যদি এই সামগ্ৰীৰ লাইচেঞ্চ প্ৰদান সম্বন্ধে আপোনাৰ কিবা প্ৰশ্ন আছে তেনেহ'লে অনুগ্ৰহ কৰি [email protected]-ৰ সৈতে যোগাযোগ কৰক। যদি আপুনি এই ছাইটত থকা সামগ্ৰীৰ লাইচেঞ্চৰ চৰ্তাৱলীৰ সম্ভাৱ্য উলংঘনৰ বিষয়ে সদৰি কৰিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি [email protected]-ৰ সৈতে যোগাযোগ কৰক।