ডোটেলী ৱিকিপিডিয়া
ৱিকিপিডিয়াৰ ডোটেলী ভাষাৰ সংস্কৰণ
ডোটেলী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ডোটেলী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩,৭৬৮ টা প্ৰবন্ধ আছে।[1] ইয়াৰ সৃষ্টি হৈছিল ২০১৭ চনৰ ২৪ এপ্ৰিলত। সৃষ্টিৰ পিছত যেতিয়া ইয়াক ইনকিউবেটৰৰ পৰা আমদানি কৰা হৈছিল, তেতিয়া ইয়াত মুঠ ২৮০২টা সামগ্ৰী আছিল। ২০১৭ চনৰ ২৮ এপ্ৰিললৈকে ইয়াৰ মুঠ ৩৮৪৩ পৃষ্ঠা আছিল, ইয়াৰে ২,৮১০ পৃষ্ঠা প্ৰবন্ধৰ আছিল। তেওঁলোকৰ সৃষ্টিত ১৪,৩০৫টা সম্পাদনা কৰা হৈছিল। এই সময়ছোৱাত ৭৬ জন পঞ্জীয়নভুক্ত সদস্যৰ ভিতৰত ৯ জন সক্ৰিয় সদস্য আছিল। আপলোড কৰা ফাইলৰ সংখ্যা শূন্য আৰু গভীৰতা এটা আছিল।[2][3]
Screenshot | |
| ছাইটৰ প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
|---|---|
| উপলব্ধ ভাষা | ডোটেলী ভাষা |
| মালিক | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
| ৱেবছাইট | dty.wikipedia.org |
| বাণিজ্যিক | নহয় |
| পঞ্জীয়ন | বৈকল্পিক |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/dty.wikipedia.org। আহৰণ কৰা হৈছে: 2023-06-22.
- ↑ "List of Wikipedias [विकिपीडिया की सूची]" (en ভাষাত). मेटा विकि. https://meta.wikimedia.org/w/index.php?title=List_of_Wikipedias&oldid=16500419। আহৰণ কৰা হৈছে: 28 अप्रैल 2017.
- ↑ "विकिपिडिया अब डोटेली भाषामा पनि" (नेपाली ভাষাত). প্ৰকাশক काठमाडौं: उजालो ऑनलाइन. 25 अप्रैल 2017 (वैशाख १२). http://ujyaaloonline.com/news/74551/Wikipedia-/। আহৰণ কৰা হৈছে: 28 अप्रैल 2017.