গুজৰাটী ৱিকিপিডিয়া

ৱিকিপিডিয়াৰ গুজৰাটী ভাষাৰ সংস্কৰণ

গুজৰাটী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ গুজৰাটী ভাষাৰ সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৩০,৯১১ টা প্ৰবন্ধ আছে।[1] ২০২৪ চনৰ ডিচেম্বৰ মাহলৈকে ইয়াৰ মাহেকীয়া ৩০ লাখ দৰ্শন হয়।[2]

Favicon of Wikipedia গুজৰাটী ৱিকিপিডিয়া
ছাইটৰ প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
উপলব্ধ ভাষা গুজৰাটী ভাষা
মালিক ৱিকিমিডিয়া ফাউণ্ডেশ্যন
ৱেবছাইট gu.wikipedia.org
বাণিজ্যিক নহয়
পঞ্জীয়ন বৈকল্পিক

তথ্য আৰু পৰিসংখ্যা

সম্পাদনা কৰক
ভাৰতৰ গুজৰাট

আৰম্ভ: জুলাই, ২০০৪

Founders:

বৰ্তমানৰ আকাৰ: 30,911 articles

মুঠ সম্পাদনা: 9,03,548

মুঠ ব্যৱহাৰকাৰী: 87,151 users

সক্ৰিয় সম্পাদক: 101 in the past month

সক্ৰিয় প্ৰশাসক: 3 administrators

মুঠ পৃষ্ঠা: 1,36,800 pages

মুঠ ফাইল: 0 files


তথ্য সংগ্ৰহ

সম্পাদনা কৰক

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/gu.wikipedia.org আহৰণ কৰা হৈছে: 2023-06-22.
  2. "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/gu.wikipedia.org আহৰণ কৰা হৈছে: 2023-06-22.